সৰভোগত অজগৰ উদ্ধাৰ ।

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী,

১৪ নৱেম্বৰ:
বৰপেটা জিলাৰ সৰভোগৰ পেৰাগাঁৱত ৰামচৰণ দাসৰ ঘৰত আজি দিনৰ প্ৰায় ১১ বজাত এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰা হয়। ঘৰৰ ভিতৰত সোমাই থকা অৱস্থাত অজগৰডাল প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে হুলুস্থূল লগায়। পিছত ৰামচৰণ দাসে স্থানীয় ৰাইজৰ সহযোগত অজগৰডাল উদ্ধাৰ কৰি বন বিভাগক গোটাই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *