হত্যাকাৰীয়ে নিৰীহক হত্যা কৰি কোনো সমস্যা সমাধান কৰিব নোৱাৰে ।

Breaking….03 নৱেম্বৰ
হত্যাকাৰীয়ে নিৰীহক হত্যা কৰি কোনো সমস্যা সমাধান কৰিব নোৱাৰে, এয়া কাপুৰুষালি। মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ। আইন-শৃংখলা ৰক্ষাত ব্যৰ্থ অসম চৰকাৰ। দুমাহ ধৰি বিভিন্ন দল-সংগঠন আৰু ৰাজনৈতিক নেতাই উচতনিমূলক মন্তব্য কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত হিংসা-বিদ্বেষৰ বাবে উচতনি দিয়াৰো অভিযোগ। চৰকাৰে উপযুক্ত সময়ত পদক্ষেপ ল’লে অসমত এনে পৰিস্থিতি নহ’লহেঁতেন বুলিও মন্তব্য ৰিপুণ বৰাৰ। ধলা কাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী APCCৰ সভাপতিগৰাকীৰ।‍

Leave a Reply

Your email address will not be published. Required fields are marked *