হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে থানাত এজাহাৰ

Breakin….

27 অক্টোবৰ :

হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে থানাত এজাহাৰ
#হোজাই বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ লাহোৱাল অাৰক্ষী থানাত অাজি এজাহাৰ দাখিল কৰে মটক যুৱ-ছাত্র পৰিষদৰ লগতে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন, সদৌ অসম মটক যুৱ-ছাত্র সন্মিলন, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ অাৰু বীৰ লাচিত সেনাই |

Leave a Reply

Your email address will not be published. Required fields are marked *