হোজাই জিলাৰ লংকা নগাঁও ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ

ঘটনা ২২অক্টোবৰ :
ডবকাৰ পৰা আছাদুৰ ৰহমানৰ ৰিপৰ্ট :

লংকা-নগাঁও ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি ৩:৩০ বজাত যোৰাপুখুৰীত দুখন মটৰচাইকেলৰ মাজত এক মুখামুখি দূৰ্ঘটনা সংঘটিত হয়। মটৰচাইকেলত আহি থকা আৰোহী দুজন হল ক্ৰমে হোজাইৰ সুভম দাস আৰু অভিজিৎ দাস। সুভম দাসক সংকটজনক অৱস্থাত হস্পিতাললৈ প্ৰেৰণ কৰা হয়। মটৰচাইকেল দুখনৰ নং হল ক্ৰমে AS 02 F 2217 আৰু AS 02 U 2042 ।

Leave a Reply

Your email address will not be published. Required fields are marked *