৯২ তম শ্ৰী শ্ৰী কালী পূজা উদযাপন সমিতিৰ উদ্যোগত স্বচ্ছতা অভিযান ।

আব্দুল বাৰেক, বিহালী

১০নৱেম্বৰ: –

কালী পূজাৰ লগত সংহতি ৰাখি আজি মোনাবাৰীত এক স্বচ্ছতা অভিযান কাৰ্যসূচী হাতত লোৱা হয়। সমাজ কৰ্মী মাধৱ শৰ্ম্মা,২নং কাঠনিবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মাধব বৰাল,বিহালী যুব কংগ্ৰেছৰ উপ সভাপতি অজিত বিভাৰ, শিক্ষক প্লাবন ছেত্ৰী, বিদ্যাসাগৰ পৌৰেল, যুৱ সমাজ সেবক বাবুল অধিকাৰী, দীপকবাউৰীৰ লগতে সুনিতা মিশ্ৰ তনুজা কৈৰালা সৰিতা কৈৰালা চিৰাগ ছেত্ৰী গিৰিস পোখৰেল পল্লব ছেত্ৰী ভৰত ছেত্ৰী দিপেন ঘিমিৰে, কবিতা পৌৰেল, প্ৰদিপ ধানুক, জুন মিশ্ৰ, তাপস পৌৰেল, ৰাজিৱ অধিকাৰীৰ লগতে অন্যান্য বহুতো সক্ৰিয় যুবক যুৱতী কন কন শিশুৰ লগতে স্থানীয় প্ৰায় এক শতাধিক ৰাইজে উক্ত কাৰ্য়্যসূচীত অংশ গ্ৰহন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *