👉কংগ্ৰেছ নেতা চন্দন কুমাৰ সৰকাৰৰ আকস্মিক মৃত‍্যু:

Big Breaking..🐊
19নৱেম্বৰ :

𢖕ংগ্ৰেছ নেতা চন্দন কুমাৰ সৰকাৰৰ আকস্মিক মৃত‍্যু:
👉বঙাইগাঁও লৱাৰ আসাম চিকিৎসালয়ত ৰাতিপুৱা মৃত‍্যু।
👉হৃদস্পন্দন বন্ধ হৈ মৃত‍্যু হোৱা বুলি চিকিৎসকে ঘোষনা কৰে।
👉নিশা অভয়াপুৰী চিভিল হস্পিটেলত ভৰ্তি কৰে, যদিওঁ অৱস্থা সংকটজনক হোৱাত বঙাইগাওঁৰ এখন ব‍্যক্তিগত চিকিৎসা মহাবিদ‍্যালয় ভৰ্তি কৰে।৫:৩০বজাত হাৰ্ট এটেক হৈ মৃত‍্যু হোৱা বুলি চিকিৎসকে ঘোষনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *