Photo from zakir3668@gmail.com

Breaking…. 31 october. #চৰ্দাৰ_বল্লভ_ভাই_পেটেলৰ_জন্ম_জয়ন্তী_উপলক্ষে_হোজাইত #একতাৰ_দৌৰ’। চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৩ সংখ্যক জন্মজয়ন্তী উপলক্ষে দেশজুৰি পালন কৰা ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি আজি হোজাই জিলা আৰক্ষীয়ে একতাৰ দৌৰ শীৰ্ষক এক সমূহীয়া দৌৰৰ আয়োজন কৰে। বৰ্ষীয়ান ক্ৰীড়াবিদ সৌমেশ্বৰ বৰাই শুভাৰম্ভণি কৰা…

Breaking News: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি Statue of Unity।

লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৩সংখ্যক জন্মজয়ন্তীত Statue of Unity ৰাষ্ট্ৰলৈ সমৰ্পণ কৰে মোদীয়ে। গুজৰাটত নৰ্মদা নদীৰ ওপৰত স্থাপিত এই Statue of Unityৰ উচ্চতা আমেৰিকাৰ Statue of Libertyতকৈ দুগুণ। প্ৰতিমূৰ্তিটোৰ উচ্চতা ১৮২ মিটাৰ।আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিব বিশ্বৰ…

বিশ্বনাথৰ অগ্ৰনীয় সমাজিক অনুষ্ঠান ‘জাগৰণ’।

যোৱা ২০০৮ চনৰ ৩০ অক্টোবৰ তাৰিখে গুৱাহাটীকে ধৰি অসমৰ বৰপেটা আৰু কোকৰাঝাৰত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত নিৰ্মমভাৱে প্ৰাণ আহুতি দিয়া সকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে যি সকলে চিৰ জীৱনৰ কাৰনে ঘূণীয়া হ’ল সেই সকলৰ আশু- আৰোগ্য কামনা কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ…

মানৱতা যেন সমাজৰ পৰা আজিও হেৰাই যোৱা নাই

সম্পাদকীয় একাষাৰ : আব্দুল বাৰেক, বিহালী, ২৯ অক্টোবৰ: – বৰ্তমান সময়ত একাংশই জাতি- ধৰ্মৰ মাজত বিবাদ সৃষ্টি কৰি হিংসাত্মক ঘটনাৰ বীজ ৰূপন কৰি থকাৰ সময়তে বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত কুলাগুৰী গাওঁৰ এক অন্তৰ চুই যোৱা কাহিনী পোহৰলৈ আহিছে…

প্ৰধানমন্ত্ৰী উজলা আঁচনিৰ অধীনৰ কাকডোঙাত বিনামূলীয়া ৰন্ধন গেছ বিতৰণ।।

দেৰগাঁওৰ পৰা আকিব আহমেদৰ প্ৰতিবেদন দ্যা নৰ্থ ইষ্ট নেটৱৰ্ক । ২৯অক্টোবৰ : প্ৰধানমন্ত্ৰী উজলা আঁচনিৰ অধীনত কাকডোঙা ডুবিয়ালত আজি গগৈ গ্ৰামীণ ইণ্ডেন এজেঞ্চিয়ে কাকডোঙা অঞ্চলৰ ৫০ গৰাকী মহিলাক বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰে ।উক্ত বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে সমাজকৰ্মী মালিৰাম…

গোহাঁইমেৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ সম্পৰ্কত ৰাজহুৱা সভা।

দেৰগাঁওৰ পৰা আকিব আহমেদৰ প্ৰতিবেদন দ্যা নৰ্থ ইষ্ট নেটৱৰ্ক । ২৯ অক্টোবৰ: গোলাঘাটৰ পূৱ শিক্ষা খণ্ডৰ অন্তৰ্গত কাকডোঙাৰ গোহাঁইমেৰ প্ৰাথমিক বিদ্যালয়ত সোমবাৰে সমাজকৰ্মী নুৰুল ৰহমানৰ সভাপতিত্বত, শতাধিক ৰাইজ আৰু অভিভাৱক সকলকৰ উপস্থিতিত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় যায়। প্ৰধান শিক্ষয়িত্ৰী…

সুৰামুক্ত অসমৰ দাবীত গোলাঘাট জিলাৰ ৱাটিংত মদ যুক্ত আসম দাবী সমিতিৰ তীব্র প্রতিবাদ

গোলাঘাটৰ পৰা মুকিবুৰ ৰহমানৰ প্রতিবেদন :29 অক্টোবৰ : গোলাঘাট : আজি মদমুক্ত অসম দাবী সমিতিৰ আহ্বানত গোলাঘাট সমষ্টিৰ ৱাটিং ত শ শ পুৰুষ মহিলা অংশগ্ৰহনেৰে সুৰামুক্ত অসমৰ দাবীত প্ৰতিবাদী সভা ,শোভাযাত্ৰাৰে তীব্ৰ প্ৰতিবাদ সাৱস্থ্য কৰে ৷ প্ৰথমে ৱাটিং ৰেল ষ্টেচনৰ…

নাৰায়নপুৰত দুটাকৈ গড়ৰ সন্ত্ৰাস

নাৰায়ণপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপর্ট : 29 অক্টোবৰ : যোৱা কালিৰে পৰা লখিমপুৰ জিলাৰ নাৰায়নপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চকীয়াল চাপৰিত দুটাকৈ গড়ে অৱস্থান কৰি দুদিনকৈ এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে । V/o- যোৱা কালি সন্ধিয়া নাৰায়নপুৰ চকীয়াল চাপৰিত বিচৰণ কৰি কয়া…

আলফাক শক্তিশালী কৰাৰ সময় ও প্ৰয়োজন আহি পৰিছে “সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ”

Breaking… 28অক্টোবৰ : আলফাক শক্তিশালী কৰাৰ সময় ও প্ৰয়োজন আহি পৰিছে “সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ” বৰ্তমান চলিত চৰকাখনে অসমীয়া জাতিৰ আবেগ অনুভূতিক সন্মান নজনোৱা ,গণতান্ত্ৰিক আন্দোলনৰ ভাষা নুবুজা, গণতন্ত্ৰক নিশেষ কৰিব খোজা, অসমীয়া ভাষা সংস্কৃতিক জীয়াই ৰখাৰ বাবে সসস্ত্ৰ…