ধুবুৰীত ৭০ টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত নাগৰিকত্ব (সংশোধনী)বিধেয়ক ২০১৬ বাতিলৰ দাবী গণ সত্যাগ্ৰহ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপর্ট, ২৮ নৱেম্বৰ:- ধুবুৰী জিলা উপায়ুক্ত কাৰ্য্যলায়ৰ সন্মুখত আজি ৰাতিপুৱা ১০ বজাৰ পৰা ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত গণ সত্যাগ্ৰহ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসুচীত অসমৰ জাতীয় অস্তিত্ব…

নলবাৰীত বাজিল নিৰ্বাচনৰ ৰণডংকা ।

নলবাৰীৰ পৰা কৃষ্ণ ডেকাৰ ৰিপর্ট : 28 নৱেম্বৰ : আজি নলবাৰীৰ বৰভাগত অনুষ্ঠিত হল বিজেপিৰ প্ৰথম খন নিৰ্বাচনী সভা । কংগ্ৰেছ অগপক তুলি ধুনা দি বিজেপিয়ে গালে জয় গান । এই নিৰ্বাচনী সভাত হেলিকপ্তাৰৰ যোগেদি উপস্থিত হল মন্ত্ৰী হিমন্ত বিশ্ব…

বিলাসীপাৰাত সদৌ অসম ধুবুৰী জিলা কৰ্মৰত মিচিং শিক্ষক- শিক্ষকত্রী উদ্দ্যোগত ৰাস মহোৎসৱ উদ্ধোধন।

নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট: 23 নভেম্বৰ: আজি সন্ধিয়া ছয় মান বজাত বিলাসীপাৰা আই এন এ খেল পথাৰত সদৌ অসম ধুবুৰী জিলা কৰ্মৰত মিচিং শিক্ষক – শিক্ষকত্রী উদ্দ্যোগত বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী , ধুবুৰী জিলা…

বিহালীৰ বাঘমৰা ব্লক কংগ্ৰেছত খহনীয়া ।

আব্দুল বাৰেক, বিহালী, ২৩ নৱেম্বৰ: – ৰাজ্যত প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চাপি আহিছে ৰাজনৈতিক দলসমূহৰ তৎপৰতাও সিমানেই বৃদ্ধি পাইছে । যদি কোনোবাই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছে আন কোনোবাই আকৌ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত…

কুমলীয়াত নির্বাচনী কার্য্যালয় মুকলি কৰিলে ব্লক কংগ্রেছৰ সভাপতি দীপক কুমাৰ দাসে ।

নিউজ ডেস্কৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদন । 23 নৱেম্বৰ : কুমলীয়া নতুন ছেন্টাৰত কংগ্রেছৰ নির্বাচনী কার্য্যালয় মুকলি কৰিলে ব্লক কংগ্রেছৰ সভাপতি দীপক কুমাৰ দাস ,বিশ্বনাথ জিলা কংগ্রেছৰ উপসভাতি কমল শইকিয়া, কুমলীয়া গাও পঞ্চায়তৰ প্রাক্তন সভাপতি আমিজুল হক আৰু ভাৰতীয় জাতীয়…

বৰজাৰণী গাঁও পঞ্চায়তত বিজেপিত গৰাখহনীয়া ।

নিউজ ডেস্কৰ পৰা আব্দুল বাৰেকৰ ৰিপর্ট :, বিহালী, ২২নৱেম্বৰ:- ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীত বিজেপিৰ ব্যাপক গৰাখহনীয়া । বিজেপি দলৰ প্ৰতি অতিষ্ট হৈ আজি বিজেপিৰ বৰজাৰণী গাঁও পঞ্চায়তৰ প্ৰতিষ্ঠাপক ৱাৰ্ড সদস্য সৰানন্দৰ বাসগৃহত বাঘমৰা ব্লক কংগ্ৰেছৰ…

বৰজাৰণী গাঁও পঞ্চায়তত বিজেপিত গৰাখহনীয়া ।

নিউজ ডেস্কৰ পৰা আব্দুলবাৰেকৰ ৰিপর্ট : ২০নৱেম্বৰ:- ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীত বিজেপিৰ ব্যাপক গৰাখহনীয়া । বিজেপি দলৰ প্ৰতি অতিষ্ট হৈ আজি বিজেপিৰ বৰজাৰণী গাঁও পঞ্চায়তৰ প্ৰতিষ্ঠাপক ৱাৰ্ড সদস্য সৰানন্দৰ বাসগৃহত বাঘমৰা ব্লক কংগ্ৰেছৰ সভাপতি ভৰত…

বৰজাৰণীত দল হিচাপে নহয়, প্ৰাৰ্থী হিচাপেহে ভোটদান কৰিব ৰাইজে ।

নিউজ ডেস্ক পৰা আব্দুল বাৰেক বিহালী , ১৯ নৱেম্বৰ: – ৰাজ্যত প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী কুচকাৱাজ বৃদ্ধি পোৱা দেখা গৈছে । বিহালী সমষ্টিৰ বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰজাৰণী গাঁও পঞ্চায়তৰ…

পাঁচগ্রাম কাছাড় পেপার মিল রিভাইভাল অ্যকশন কমিটির ডাকে আগামী ২২ নভেম্বর বরাক বন্ধের সমর্থন জানিয়েছেন রাজ্যের প্রাক্তন মন্ত্রী তথা অসম প্রদেশ কংগ্রেস সহ সভাপতি সিদ্দেক আহমেদ ।

রাহাতুল আক্তার বড়ভূইয়া ( আলগাপুরের প্রতিনিধি ) ১৮ নভেম্বর পাঁচগ্রাম কাছাড় পেপার মিল রিভাইভাল অ্যকশন কমিটির ডাকে আগামী ২২ নভেম্বর বরাক বন্ধের সমর্থন জানিয়েছেন রাজ্যের প্রাক্তন মন্ত্রী তথা অসম প্রদেশ কংগ্রেস সহ সভাপতি সিদ্দেক আহমেদ । পাঁচগ্রাম ইউনিয়ন ইস্যু নিয়ে…

👉কংগ্ৰেছ নেতা চন্দন কুমাৰ সৰকাৰৰ আকস্মিক মৃত‍্যু:

Big Breaking..🐊 19নৱেম্বৰ : 𢖕ংগ্ৰেছ নেতা চন্দন কুমাৰ সৰকাৰৰ আকস্মিক মৃত‍্যু: 👉বঙাইগাঁও লৱাৰ আসাম চিকিৎসালয়ত ৰাতিপুৱা মৃত‍্যু। 👉হৃদস্পন্দন বন্ধ হৈ মৃত‍্যু হোৱা বুলি চিকিৎসকে ঘোষনা কৰে। 👉নিশা অভয়াপুৰী চিভিল হস্পিটেলত ভৰ্তি কৰে, যদিওঁ অৱস্থা সংকটজনক হোৱাত বঙাইগাওঁৰ এখন ব‍্যক্তিগত চিকিৎসা…