দৰঙৰ পথাৰত আয়োজন কৰা হৈছে প্রগতিশীল কৃষকৰ পিকনিক।

খাৰুপেটিয়াৰ পৰা শ্বেখ আব্দুল্লাহৰ প্রতিবেদন: 31 ডিছেম্বৰ: ## দৰঙৰ পথাৰত আয়োজন কৰা হৈছে প্ৰগতিশীল কৃষকৰ পিকনিক । ## স্থানীয় অন্নদাতা জৈৱিক কৃষি ফাৰ্মে আয়োজন কৰিছে খাৰুপেটীয়াৰ বিহুদিয়াত পিকনিক । ## পিকনিকত অংশ গ্ৰহন কৰিছে সুদূৰ নেপাল, মহাৰাষ্ট্ৰ,দিল্লী, বেংগলৰ লগতে অসমৰ…

চাপৰত জুৱা খেল বন্ধৰ নামত আমছুৰ নেতা কৰ্মীক মাৰ পিট- জুৱা খেলুৱৈৰ বিৰুদ্ধে থানাত গোচৰ আমছুৰ।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন। ৩০ ডিচেম্বৰ:- ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰী বাঙালডোবা সাপ্তাহিক বজাৰত দিনে নিশাই জুৱা খেল চলি থকাত অঞ্চলটোত একপ্ৰকাৰ উপদ্ৰৱত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এনে জুৱা উপদ্ৰৱ সৃষ্টি হোৱা অঞ্চলটোত নৱ প্ৰজন্ম কে ধৰি একাংশ…

কানাইমাৰাত MGNREGA আচনিৰ অধীনত এগ্ৰেল বান্ধৰ আধাৰশিলাৰ উদ্বোধন কৰি কামৰ শুভাৰম্ভ কৰে সভাপতি ছপিয়ৰ ৰহমানে।

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ২৯ ডিচেম্বৰ ঃ দঃশালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশ িঙিমাৰীৰ পৰা প্ৰায় চাৰি কিঃমিঃ নিলগত ফেকামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কানাইমাৰা গাওঁ পঞ্চায়তত যোৱাকালি এখন এগ্ৰিল বান্ধ কামৰ আধাৰশিলা স্থাপন কৰি কামৰ শুভাৰম্ভ কৰে ৷ কানাইমাৰা গাওঁ…

শ্ৰীৰামপুৰত শ্ৰী শ্ৰী 108 কৃষ্ণ দাস গোস্বামীৰ শ্ৰী মদ্ ভাগৱত পাঠঃআজি শ্ৰী কৃষ্ণৰ মাখন চুৰি লীলা

শ্ৰীৰামপুৰৰ পৰা বিশ্বজিৎ চৌধুৰীৰ ৰিপর্ট: 29 ডিচেম্বৰ, শ্ৰী শ্ৰী 108 কৃষ্ণ দাস গোপাল গোস্বামীৰ ভাগৱত পাঠ চলিত মাহৰ 25 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ভাগৱত পাঠ অনুষ্ঠানটোত আজি মটকি ভাঙি শ্ৰী কৃষ্ণৰ মাখন চুৰি কৰাৰ লীলা উপভোগ কৰা বিভিন্ন ঠাইৰ পৰা…

মায়াৰ চৰত ভয়াবহ অগ্নিকাণ্ড। দহ লক্ষাধিক টকাৰ সা-সম্পত্তি সম্পূর্ণ ৰূপে ভষ্মিভূত।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপর্ট: ,২৯ ডিচেম্বৰ:- ধুবুৰী জিলাৰ নায়েৰ আলগা উপ আৰক্ষী চকীৰ অন্তৰ্গত মায়াৰ চৰ গাওঁ পঞ্চায়তৰ মায়াৰ চৰ ৩য় আৰু ৫ম খণ্ড গাঁৱৰ মুঠ ৬টা পৰিয়ালৰ ঘৰবাৰী ভয়াবহ অগ্নি কাণ্ডত সম্পূৰ্ণৰূপে ভষ্মিভূত হয়। জানিব পৰা মতে আজি…

২১নং বিধান সভা সমষ্টিৰ প্ৰয়াত বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী শ্ৰীযুত জহিৰুল ইছলামৰ আধাৰশিলাৰ ওপৰত ২২নং দঃশালমাৰাৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ আধাৰশিলা স্থাপনঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ২৯ ডিচেম্বৰ ঃ- দঃশালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ১৯৯৪ চনৰ ২৪ নভেম্বৰত বিজ্ঞান বিভাগৰ বিল্ডিংৰ আধাৰশিলা স্থাপন কৰিছিল মৰহুম জলসিঞ্চন মন্ত্ৰী শ্ৰীযুত জহিৰুল ইছলাম চাহাবে ৷ যোৱাকালি জহিৰুল…

এক ব্যতিক্রমী পদক্ষেপেৰে নৱবর্ষক আদৰাৰ প্রস্তুতি চলাইছে বিশ্বনাথ জিলা প্রশাসনে।

নিউজ ডেস্ক ৰিপর্ট: 29 ডিছেম্বৰ: উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা আৰু মহকুমা তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাৰ পৰিকল্পনা তথা বিশেষ উদ্যোগত বিশ্বনাথ জিলা প্ৰশাসনে হাতত লৈছে *”গাঁৱলৈ ব’লক”* শীৰ্ষক এক ব্যতিক্ৰমী জনসম্পৰ্ক অভিযানৰ। প্ৰশাসনক ৰাইজৰ কাষ চপাই নিয়াৰ এক…

বৰপেটা ছেনিমাৰী আঞ্চলিক ডিফেন্স কল্যাণ সমিতিৰ উদ্যোগত আর্থিক সাহায্য বিতৰণ অনুষ্ঠান

নিউজ ডেস্ক ৰিপর্ট: 👍২৯ অক্টোবৰ : বৰপেটা জিলাৰ অন্তৰ্গত ছেনিমাৰী আঞ্চলিক ডিফেন্স কল্যাণ সমিতিয়ে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰতীয় অৰ্থ সামৰিক বাহিনীৰ জোৱান তথা গৰিৱৰ বন্ধু শ্ৰীযুত বিৰাজ হাজৰিকা ডাঙৰীয়া, আমন্ৰিত অতিথি হিচাপে আন্তৰাষ্টিয় মানৱ অধিকাৰ আৰু দূৰ্নীতি নিবাৰক…

বিহালী প্রেছ ক্লাবৰ উদ্যোগত ৰতোৱাত চাফাই অভিযান:

বিশ্বনাথৰ পৰা আব্দুল বাৰেকৰ প্রতিবেদন: ২৯ ডিচেম্বৰ :- বিহালী সমষ্টিৰ অন্তৰ্গত ৰতোৱাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অকৰনীয় সেঁতুৰ দুয়োকাষে ভৰি পৰা জংঘলে ঘাইপথটোত বিপদাপন্ন কৰি তুলিছে। হাবি-জংঘলেৰে ভৰি পৰাত যিকোনো মহূৰ্ততে আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত আজি বিহালী প্ৰেছ ক্লাৱৰ…

আজ ইং ২৯. ১২.২০১৮ তারিখে সারা আসাম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমসু) র কেন্দ্রীয় কমিটির সভাপতি রেজাউল করিম সরকার মহাশয়ের সংগে সংবাদিক সম্মেলন।

আজ ইং ২৯. ১২.২০১৮ তারিখে সারা আসাম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমসু) র কেন্দ্রীয় কমিটির সভাপতি রেজাউল করিম সরকার মহাশয়ের সংগে সংবাদিক সম্মেলনে, করিমগঞ্জে। বরাকের বিভিন্ন সমস্যা নিয়ে সাংবাদিক সম্মেলনে বক্তব্য রাখছেন সারা আসাম সংখ্যালঘু ছাত্র ইউনিয়ন (আমসু) র সভাপতি রেজাউল…