বিশ্বনাথত 15 নং ৰাষ্ট্রীয়ঘাই পথ অৱৰোধ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ।

বিশ্বনাথৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদনঃ 30 জানুৱাৰী। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত আৰু অসমৰ আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা আৰু দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱতনৰ আজি 30 জানুৱাৰী 2019 তাৰিখে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে 15 নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে। প্রায় এঘন্টামান…

হাউলীত পথ দুৰ্ঘটনাত বৰপেটা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী আৰু অগপৰ নেত্ৰী নিহত

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী, ৩১ জানুৱাৰী: বৰপেটা জিলাৰ হাউলীৰ কদমগুৰীত আজি পুৱা ১০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ নির্বাচনী শাখাৰ কৰ্মচাৰী কনিষ্ঠ সহায়ক জিতেন্দ্র বর্মন আৰু অগপ নেত্ৰী গীতাঞ্জলি দাস নিহত হয়। জিতেন্দ্ৰ বৰ্মন বৰপেটাৰোডৰ ৮…

ওদালগুৰিত এঘণ্টাীয়া পথ অৱৰোধ:ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ আহ্বানত

ওদালগুৰীৰ পৰা ছমৰ আলীৰ প্রতিবেদনঃ 29 জানুৱাৰীঃ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ৰৌতা চাৰি আলিৰ মাজমজিয়াত ১৫নং ৰাষ্টীয় ঘাইপথত ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ আহ্বানত দিনৰ ১২বজাত এঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।উল্লেখ্য যে গনতান্ত্ৰিক বাবে আন্দোলন কৰা প্ৰতিবাদ কাৰীৰ ওপৰত…

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মোনাবাৰী চাহ বাগিছাত বৃহৎ সমদল

বিশ্বনাথৰ পৰা আব্দুল বাৰেক প্রতিবেদনঃ ২৮ জানুৱাৰী: – সমগ্ৰ ৰাজ্যজুৰি চলি থকা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬ৰ বিৰুদ্ধে অসমীয়া জাতিৰ প্ৰতিবাদক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়া সংসদীয় কমিটিৰ অনুমোদন মৰ্মে জাতি ধ্বংসী বিধেয়কখন গৃহীত কৰি বিদেশীক ৰঙা…

বিলাসীপাৰাত ৭০তম গণৰাজ্য দিৱস উদযাপন

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ ,২৬ জানুৱাৰী:- সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বিলাসীপাৰা মহকুমাতো আজি দেশৰ ৭০ তম গণৰাজ্য দিৱস বিভিন্ন কাৰ্য্যসুচীৰে উদযাপন কৰা হয়।মহকুমা প্ৰশাসনৰ উদ্যোগত স্থানীয় ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰায় পাঁচ হাজাৰ ৰাইজৰ উপস্থিতিত বিলাসীপাৰা…

সাদুল্ল্যাবাড়ীত উলহ-মালহৰে গণৰাজ্য দিৱস পালন ।

নিউজ ডেস্ক ৰিপর্ট: মানকাচৰ ,26, জানুৱাৰী ঃ : আজি গণৰাজ্য দিৱস । সমগ্ৰ ভাৰতীয় উলহ-মালহৰে পালন কৰিছে 70 তম গণৰাজ্য দিৱস । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বৃহত্তৰ কালাপানী অঞ্চলৰ সাদুল্ল্যাবাড়ীত ব্যাপক উৎসাহ – উদ্দীপনাৰে পালন কৰিলে 70 তম গণতন্ত্ৰ দিৱস…

নায়েৰ আলগা উন্নয়ন খণ্ডত ৭০ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন

বিলাসীপাৰাৰ জহিৰুল ইছলামৰ প্রতিবেদনঃ ২৬ জানুৱাৰী:- ৭০ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ড কাৰ্য়্যালয়ত আজি ৰাতিপুৱা ৭.৩০ বজাত খণ্ড উন্নয়ন বিষয়া ৰৌসন আলী ডাঙৰীয়াই আনুষ্ঠানিক ভাবে পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি বিষয়া…

দক্ষিণ শালমাৰা মানকাচৰ জিলাত গণৰাজ্য দিৱস উদযাপন ।

নিউজ ডেস্কৰ প্রতিবেদনঃ 26, জানুৱাৰী , মানকাচৰ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হল 70 তম গণৰাজ্য দিৱস । জিলা উপায়ুক্ত আতিকা চুলতানাই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে । দক্ষিণ শালমাৰা…

ফেকামাৰীত আত্মসহায়ক গোটৰ কাৰ্য্যালয় উদ্বোধন আৰু বহী বিতৰণ অনুষ্ঠান বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলৰঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ২৬জানুৱাৰীঃ- দঃশালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী উন্নয়ন খণ্ডৰ সভাকক্ষত আজি আবেলি ২ বজাত ফেকামাৰী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া দণ্ডাধীশ ড° দিপাংকৰ নাথৰ সভাপতিত্বত মূখ্য অতিথি মানকাচৰৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলৰ উপস্থিতিত আত্মসহায়ক গোটৰ…

ৰৌতাত ভয়ানক বাছ দুৰ্ঘটনা :গুৰুতৰ বাবে আহত যাত্রীবাহী বাছ।

ওদালগুৰীৰ পৰা ছমৰ আলীৰ প্রতিবেদনঃ 26 জানুৱাৰীঃ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ঝাৰগাওঁত দিনৰ ১২:৩০বজাত গুৱাহাটী অভিমুখী AS-২৫ C-৫৯৫৫ নম্বৰৰ বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱোবাত দখাবৈত বাগৰি পৰে বাছখন।বাছখনত থকা ৩০জনৰো অধিক যাত্ৰী আহত হয়।পিছত ৰৌতা আৰক্ষী প্ৰশাসনৰ লগতে স্থানীয় ৰাইজৰ…