হাইলাকান্দির মাটিতে লক্ষ লক্ষ মানুষের ঢলে সম্পন্ন হল বিশিষ্ট ইসলামী পন্ডিত আল্লামা তৈয়ীবুর রহমান বড়ভূইয়া জানাজা

রাহাতুল আক্তার বড়ভূইয়া ( আলগাপুর প্রতিনিধি )২৮ ফেব্রুয়ারি হাইলাকান্দির মাটিতে লক্ষ লক্ষ মানুষের ঢলে সম্পন্ন হল বিশিষ্ট ইসলামী পন্ডিত আল্লামা তৈয়ীবুর রহমান বড়ভূইয়া জানাজা হাইলাকান্দির মাটিতে বৃহস্পতিবার লক্ষ লক্ষ মানুষের ঢলে সম্পন্ন হল বিশিষ্ট ইসলামী পণ্ডিত তথা উওর পূর্ব ভারতের…

নৱ নিৰ্বাচিত সভাপতি হুৰমুজ আলী(সাজু)ৰ পৰিপ্ৰেক্ষিতত বিধায়ক পুঁজি ধনৰে পকী ৰাস্তাৰ সপোন দেখিব কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ অঞ্চলবাসী ৰাইজে ।

নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট : 28 ফেব্ৰুৱাৰী: ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ কঠালদি 2য় খণ্ড (গোৱালেৰ চৰ) তিনি আলি পকী ৰাস্তাৰ পৰা গোৱালেৰ চৰ পাৰ ঘাটলৈ যোৱা ৰাস্তাটোত দীৰ্ঘ…

লামডিং ৰেল আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত ৰুহিংগীয়া ।

মোৰাঝাৰৰ পৰা আছাদুৰ ৰহমানৰ প্রতিবেদনঃ 18 ফেব্রুৱাৰীঃ আজি পোৱা ১১ টা মান বজাত লামডিং ৰেল আৰক্ষীয়ে তিনিজন সন্দেহ যুক্ত ৰুহিংগীয়া লোকক লামডিং ৰেল ষ্টেচনৰ পৰা আটক কৰিবলৈ সক্ষম হয়। আটক হোৱা লোক কেইজন হৈছে ক্ৰমে, সামচু আলম/ ছাব্বিৰ আহমেদ/ আৰু…

পাকিস্তান মুৰ্দাবাদ ভাৰত মাতা কি জয় ধ্বনিৰে কালাপানীত বিজেপিৰ উত্তাল প্ৰতিবাদঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ১৮ ফেব্ৰুৱাৰী ঃ- আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানীত জেষ্ঠ্য বিজেপি নেতা জাহানগীৰ আলম মণ্ডলৰ নেতৃত্বত যোৱা ১৪ ফেব্ৰৱাৰীত জম্মুৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত হোৱা ৪৪ জন বীৰ শ্বহীদ জোৱানৰ হত্যাৰ প্ৰতিবাদত এখন প্ৰতিবাদী সমদল…

পুলৱামা অৱন্তিপুৰাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা ভাৰতীয় বীৰ শ্বহীদ সৈনিক সকললৈ দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি:

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ১৭ ফেব্ৰুৱাৰীঃ- যোৱা ১৪ ফেব্ৰুৱাৰী তাৰিখে আত্মঘাতী সন্ত্ৰাসবাদীয়ে নিহত কৰা ভাৰতীয় বীৰ সৈনিক সকলক আজি দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাই বন্তি জ্বলাই বীৰ শ্বহীদ সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ দক্ষিণ…

উত্তৰ অসম মাদ্ৰাছা পৰীক্ষা পৰিষদ (চমুকৈ নামেব)ৰ ২য় বাৰ্ষিক অধিবেশনখনি বিশ্বনাথ চাৰিআলিৰ কুমলীয়া প্ৰি-ছিনিয়ৰ মাদ্ৰাছা প্ৰাঙ্গনত অনুষ্ঠিত হয়।

বিশ্বনাথৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদনঃ 16 ফেব্রুৱাৰীঃ আজি ইং ১৬-০২-২০১৯ তাৰিখ শণিবাৰে উত্তৰ অসম মাদ্ৰাছা পৰীক্ষা পৰিষদ (চমুকৈ নামেব)ৰ ২য় বাৰ্ষিক অধিবেশনখনি বিশ্বনাথ চাৰিআলিৰ কুমলীয়া প্ৰি-ছিনিয়ৰ মাদ্ৰাছা প্ৰাঙ্গনত অনুষ্ঠিত হয়। সভাৰ সভাপতিত্ব কৰে পৰিষদৰ সন্মানীয় উপসভাপতি এছ বি আৰবী মহাবিদ্যালয়ৰ…

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু) ৱে কাশ্মীৰৰ পোলৱামাত বীৰ সৈনিক শ্বহীদসকলক সমবেদনা জ্ঞাপন কৰে।

নিউজ ডেস্ক ৰিপর্টঃ 15 ফেব্রুৱাৰীঃ গৰিহণা : কাশ্মীৰৰ পোলৱামাত ১৪.০২.২০১৯ তাৰিখে প্ৰায় ৪০ জনকৈ ভাৰতীয় বীৰ সৈনিক শ্বহীদ হোৱাৰ লগতে ২ শতাধিক সৈনিক আহত হোৱাত আজি সমগ্ৰ দেশবাসীৰ লগতে আমছুৱেও অত্যন্ত মৰ্মাহত হৈছে। এনে বৰ্বৰ কাণ্ড পাকিস্তানৰ কাপুৰুষালিৰ বাহিৰে আন…

কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীলৈ বিজেপিৰ কলম উপহাৰ ।

এখন সুস্হ পৰিবেশত ভাল ছাত্ৰৰ সৃষ্টি হয় =লুতফৰ ৰহমান এজনক বহিষ্কাৰ মানকাচৰৰ প্ৰতিবেদক 15 ফেব্রুৱাৰীঃ MANKACHAR , 14, ফেব্ৰৱাৰী:- আজি সমগ্ৰ ৰাজ্যত অনুষ্ঠিত হৈছে হাই স্কুল আৰু হাই মাদ্ৰাছাৰ চুড়ান্ত পৰীক্ষা । ৰাজ্যৰ চুকে-কোনে বিয়পি থকা অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈছে…

পাকিস্তানী সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণৰ গৰিহনাঃ

নিউজ ডেস্ক ৰিপর্টঃ 15 ফেব্রুৱাৰীঃ কাশ্মীৰৰ পোলৱামাত আজি ১৪.০২.২০১৯ তাৰিখে পাকিস্তানী সন্ত্ৰাসবাদীয়ে বোমা (IED) বিস্ফোৰণ সংঘটিত কৰা কাণ্ডক তীব্ৰ নিন্দা কৰাৰ লগতে গৰিহনা দিছে আমছুৰ উপদেষ্ঠা আজিজুৰ ৰহমানে । প্ৰায় ৪০ জনকৈ ভাৰতীয় বীৰ সৈনিক শ্বহীদ হোৱাৰ লগতে ২ শতাধিক…

তিনিসুতিত প্ৰয়াত চক্ৰ বাহাদুৰ ছেত্ৰী আৰু কেদাৰ ছেত্ৰী স্মৃতি তোৰণ উন্মোচন

আব্দুল বাৰেক , নিউজ ডেস্ক , ১০ফেব্ৰুৱাৰী: – আজি তিনিসুতিত প্ৰয়াত চক্ৰ বাহাদুৰ ছেত্ৰী আৰু কেদাৰ ছেত্ৰী স্মৃতি তোৰণ উন্মোচন কৰা হয় । তিনিসুতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ভীমলাল শৰ্মাই আতধৰা উন্মোচনী সভাত প্ৰয়াত চক্ৰ বাহাদুৰ ছেত্ৰী আৰু কেদাৰ…