হাটশিঙিমাৰী মহাবিদ্যালয়ত বিশ্ব নাৰী দিৱস উৎযাপণঃ

“এটা শিক্ষিত সমাজ গঠনত নাৰীৰ ভুমিকা অপৰিসীম” =নাজিৰ হুছেইন মোল্ল্যা হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট , ০৯ মাৰ্চ ঃ- আজি সমগ্ৰ বিশ্বত সকলোৱেই মিলি উৎযাপিত কৰিলে বিশ্ব নাৰী দিৱস । নাৰীৰ সন্মান , অধিকাৰ , সমতা , ন্যায় আদি প্ৰতিষ্ঠাৰ…

বিহালী থানাৰ ভাৰ প্ৰাপ্ত বিষয়াক আনুষ্ঠানিক ভাৱে বিদায়

আব্দুল বাৰেক ,নিউজ ডেস্ক , ৮ মাৰ্চ:- বিহালী গাঁওৰক্ষী বাহিনীৰ উদ্যোগত যোৱা কালি বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰুৱাক আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্দ্ধনা জনোৱা হয় ।বিহালী থানা কমিটিৰ সভাপতি ম: জৈনুদ্দিন আনচাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনৰ…

কালাপানীত এগ্ৰিল বান্ধ কামৰ আধাৰ শিলা স্হাপনঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট , ০৭ মাৰ্চঃ- আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ১১ নং কালাপানী গাওঁ পঞ্চায়তত এটা এগ্ৰিল বান্ধৰ কাম উদ্ধোধন কৰে খণ্ড উন্নয়ণ বিষয়া ইকবাল ৰাছুলে । এই বান্ধৰ জৰিয়তে নৈ পৰীয়া ৰাইজৰ সুবিধা হব বুলি জানিবলৈ…

বিনা বেতনেৰে গহপুৰত শিক্ষকৰ কৰুণ মৃত্যু শোণিতপুৰ জিলা শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ গভীৰ শোক

আব্দুল বাৰেক,নিউজ ডেস্ক, ০৬ মাৰ্চ: – ২৭ বছৰে বিনা বেতনেৰে শিক্ষকতা কৰি অহা গহপুৰ মহকুমাৰ এগৰাকী দুৰ্ভগীয়া শিক্ষকৰ ৫ মাৰ্চৰ দুপৰীয়া আকস্মিক মৃত্যুৱে মৰ্মাহত কৰি তুলিলে শিক্ষকসমাজক। কেশৱ কটকী (৫০)নামৰ এইগৰাকী শিক্ষকে মহকুমাটোৰ ব্ৰহ্মাজান চাহ-বাগিচা এম ই স্কুলৰ প্ৰধান শিক্ষক…

দঃশালমাৰা-মানকাচৰ জিলাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন

দঃশালমাৰাৰ পৰা ছামিউল হক ৰিপৰ্ট, ৪ মাৰ্চ : আজি দঃশালমাৰা-মানকাচৰ জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা কমিটি গঠনৰ বাবে এখন সভা অনুষ্ঠিত কৰা হয়।উক্ত সভাত দঃশালমাৰাৰ বিভিন্ন অঞ্চলৰ পৰা বহু যুৱক,মুৰব্বী আৰু কেইবাগৰাকী সন্মানীয় শিক্ষক উপস্থিত থাকে।আজিৰ সভাত দঃশালমাৰা-মানকাচৰ জিলা…

গৌৰাং নৈ ৰোধ কৰাৰ বাবে বাঁহৰ বান্ধৰ ব্যৱস্থা কৰিছে: নৱ নিৰ্বাচিত সভাপতি হুৰমুজ আলী(সাজু)য়ে ।

নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট : ৩ মাৰ্চ : ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনস্হ কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ কঠালদি দ্বিতীয় খণ্ড আৰু কাজাইকাটা তৃতীয় খণ্ড গাঁওৰ বহু পৰিয়ালৰ ঘৰ-বাড়ী বান পানীৰ দুৰ্যোগৰ সময়ত নৈ জাঁহ যোৱাৰ বাবে…