Breaking @-অসমৰ হৃদয়ে পুনৰ উজলালে কোটি কোটি ভাৰতীয়ৰ হৃদয় ।

নাৰায়ণপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপর্ট :

07 নৱেম্বৰ :

@-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল নাৰায়নপুৰৰ হৃদয় ।
@- এয়াৰ ৰাইফল মিক্সড দলীয় শাখাত স্বৰ্ণপদ জয় ।
@- ১০ মিটাৰ এয়াৰ ৰাইফলত বিজয় হৃদয়- এলভিনেলৰ ।
@- হৃদয়ৰ সংগী এলভিনেল গুজৰাটৰ ।
@-৫০২,১ প‌ইন্ট ইভেন্টত লাভ কৰিছিল দুয়ো ।
@- ইয়াৰ পূৰ্বে কোৱালিফাইং ৰাউণ্ডত হৃদয়-দিব্যাংশ-অৰ্জুনে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল।
@- কুৱেটত অনুস্থিত হৈছিল আন্তঃৰাষ্ট্ৰীয় খেলখন ।
@- নাৰায়নপুৰৰ হৃদয় হাজৰিকা গুৱাহাটীৰ ছাউথ প‌ইন্ট স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ।
@- হৃদয় মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ হাজৰিকাৰ একমাত্ৰ সন্তান ।
প্ৰেৰক-গোপাল গোৱালা, নাৰায়ণপুৰ।7-11-2018

Leave a Reply

Your email address will not be published. Required fields are marked *