Breaking News: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি Statue of Unity।

লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৩সংখ্যক জন্মজয়ন্তীত Statue of Unity ৰাষ্ট্ৰলৈ সমৰ্পণ কৰে মোদীয়ে। গুজৰাটত নৰ্মদা নদীৰ ওপৰত স্থাপিত এই Statue of Unityৰ উচ্চতা আমেৰিকাৰ Statue of Libertyতকৈ দুগুণ। প্ৰতিমূৰ্তিটোৰ উচ্চতা ১৮২ মিটাৰ।আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিব বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি Statue of Unity। লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৩সংখ্যক জন্মজয়ন্তীত Statue of Unity ৰাষ্ট্ৰলৈ সমৰ্পণ কৰিব মোদীয়ে। Statue of Unity উন্মোচনৰ বাবে মঙলবাৰে নিশাই আহমেদাবাদত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। গুজৰাটত নৰ্মদা নদীৰ পাৰত স্থাপিত এই Statue of Unityৰ উচ্চতা আমেৰিকাৰ Statue of Libertyতকৈ দুগুণ। পুৱা ৯ বজাত ১৮২ মিটাৰ ওখ Statue of Unity উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। চৰ্দাৰ বল্লভ ভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী মোদীৰ।

‘চৰ্দাৰ বল্লভ ভাই পেটেল কৌটিল্যৰ কূটনীতি, শিৱাজীৰ শৌৰ্যৰ সমাৱেশ’

‘আমি চৰ্দাৰ পেটেলৰ ত্যাগক পাহৰা উচিত নহয়’

‘দেশক একতাৰ পথ দেখুৱাইছিল চৰ্দাৰ পেটেলে’

‘সেই পথেৰেই ভাৰত আজি বিশ্বৰ বৃহত্‍ শক্তি’

‘যদি চৰ্দাৰ পেটেলে সংকল্প নল’লেহেঁতেন, আজি গিৰৰ সিংহ চাবলৈ ভিছা ল’ব লাগিলহেঁতেন’

‘সোমনাথত পূজা কৰিবলৈ ভিছা ল’ব লাগিলহেঁতেন’

‘কাশ্মীৰ-কন্যাকুমাৰীৰ ৰে’লসেৱাৰ কল্পনাও কৰিব পৰা নগ’লহেঁতেন’

Statue of Unity উন্মোচন কৰি মন্তব্য প্ৰধানমন্ত্ৰীৰ‍

Leave a Reply

Your email address will not be published. Required fields are marked *