Breaking Update : ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শৈলেন্দ্ৰ নাথ ফুকনৰ শেষকৃত্য।

নিউজ ডেস্ক ৰিপর্ট :

11 নৱেম্বৰ :

শৈলেন্দ্ৰ নাথ ফুকনৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যিক মৰ্যাদাৰে শৈলেন্দ্ৰ নাথ ফুকনৰ শেষকৃত্য সম্পন্ন কৰিবলৈ নিৰ্দেশ দিলে মুখ্য সচিবক।

Leave a Reply

Your email address will not be published. Required fields are marked *