#Breaking_News : নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যি ভূমিকা লৈছো সেয়া আগলৈকো থাকিব ।

#Breaking_News :

11 নৱেম্বৰ :

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যি ভূমিকা লৈছো সেয়া আগলৈকো থাকিব, জাতিধ্বংসী বিধেয়কখন গৃহীত হ’লে অসাৰ হ’ব সকলো। আছুসহ ২৮টা জনগোষ্ঠীয় সংগঠনে দাবী পত্ৰ প্ৰদান কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত এই মন্তব্য বিজেপি বিধায়ক অতুল বৰাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কামৰ দ্বাৰা গম পোৱা যাব তেওঁ জাতীয় নায়ক হয় নে নহয়। সংবাদ মাধ্যমৰ আগত এই মন্তব্য দিছপুৰ সমষ্টিৰ বিজেপি বিধায়কজনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *