হাটশিঙিমাৰী মহাবিদ্যালয়ত বিশ্ব নাৰী দিৱস উৎযাপণঃ

“এটা শিক্ষিত সমাজ গঠনত নাৰীৰ ভুমিকা অপৰিসীম” =নাজিৰ হুছেইন মোল্ল্যা হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট , ০৯ মাৰ্চ ঃ- আজি সমগ্ৰ বিশ্বত সকলোৱেই মিলি উৎযাপিত কৰিলে বিশ্ব নাৰী দিৱস । নাৰীৰ সন্মান , অধিকাৰ , সমতা , ন্যায় আদি প্ৰতিষ্ঠাৰ…

লামডিং ৰেল আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত ৰুহিংগীয়া ।

মোৰাঝাৰৰ পৰা আছাদুৰ ৰহমানৰ প্রতিবেদনঃ 18 ফেব্রুৱাৰীঃ আজি পোৱা ১১ টা মান বজাত লামডিং ৰেল আৰক্ষীয়ে তিনিজন সন্দেহ যুক্ত ৰুহিংগীয়া লোকক লামডিং ৰেল ষ্টেচনৰ পৰা আটক কৰিবলৈ সক্ষম হয়। আটক হোৱা লোক কেইজন হৈছে ক্ৰমে, সামচু আলম/ ছাব্বিৰ আহমেদ/ আৰু…

পাকিস্তান মুৰ্দাবাদ ভাৰত মাতা কি জয় ধ্বনিৰে কালাপানীত বিজেপিৰ উত্তাল প্ৰতিবাদঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ১৮ ফেব্ৰুৱাৰী ঃ- আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানীত জেষ্ঠ্য বিজেপি নেতা জাহানগীৰ আলম মণ্ডলৰ নেতৃত্বত যোৱা ১৪ ফেব্ৰৱাৰীত জম্মুৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত হোৱা ৪৪ জন বীৰ শ্বহীদ জোৱানৰ হত্যাৰ প্ৰতিবাদত এখন প্ৰতিবাদী সমদল…

পুলৱামা অৱন্তিপুৰাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা ভাৰতীয় বীৰ শ্বহীদ সৈনিক সকললৈ দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি:

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ১৭ ফেব্ৰুৱাৰীঃ- যোৱা ১৪ ফেব্ৰুৱাৰী তাৰিখে আত্মঘাতী সন্ত্ৰাসবাদীয়ে নিহত কৰা ভাৰতীয় বীৰ সৈনিক সকলক আজি দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাই বন্তি জ্বলাই বীৰ শ্বহীদ সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ দক্ষিণ…

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু) ৱে কাশ্মীৰৰ পোলৱামাত বীৰ সৈনিক শ্বহীদসকলক সমবেদনা জ্ঞাপন কৰে।

নিউজ ডেস্ক ৰিপর্টঃ 15 ফেব্রুৱাৰীঃ গৰিহণা : কাশ্মীৰৰ পোলৱামাত ১৪.০২.২০১৯ তাৰিখে প্ৰায় ৪০ জনকৈ ভাৰতীয় বীৰ সৈনিক শ্বহীদ হোৱাৰ লগতে ২ শতাধিক সৈনিক আহত হোৱাত আজি সমগ্ৰ দেশবাসীৰ লগতে আমছুৱেও অত্যন্ত মৰ্মাহত হৈছে। এনে বৰ্বৰ কাণ্ড পাকিস্তানৰ কাপুৰুষালিৰ বাহিৰে আন…

পাকিস্তানী সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণৰ গৰিহনাঃ

নিউজ ডেস্ক ৰিপর্টঃ 15 ফেব্রুৱাৰীঃ কাশ্মীৰৰ পোলৱামাত আজি ১৪.০২.২০১৯ তাৰিখে পাকিস্তানী সন্ত্ৰাসবাদীয়ে বোমা (IED) বিস্ফোৰণ সংঘটিত কৰা কাণ্ডক তীব্ৰ নিন্দা কৰাৰ লগতে গৰিহনা দিছে আমছুৰ উপদেষ্ঠা আজিজুৰ ৰহমানে । প্ৰায় ৪০ জনকৈ ভাৰতীয় বীৰ সৈনিক শ্বহীদ হোৱাৰ লগতে ২ শতাধিক…

ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ ০৯ ফেব্ৰুৱাৰী :- নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত সাৰদা আৰু লুইজ বাৰ্জাৰ কেলেংকাৰীৰ মহানায়ক হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী আৰু জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিল বাতিলৰ দাবীত স্থানীয়…

বিলাসীপাৰাত ৭০তম গণৰাজ্য দিৱস উদযাপন

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ ,২৬ জানুৱাৰী:- সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বিলাসীপাৰা মহকুমাতো আজি দেশৰ ৭০ তম গণৰাজ্য দিৱস বিভিন্ন কাৰ্য্যসুচীৰে উদযাপন কৰা হয়।মহকুমা প্ৰশাসনৰ উদ্যোগত স্থানীয় ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰায় পাঁচ হাজাৰ ৰাইজৰ উপস্থিতিত বিলাসীপাৰা…

দক্ষিণ শালমাৰা মানকাচৰ জিলাত গণৰাজ্য দিৱস উদযাপন ।

নিউজ ডেস্কৰ প্রতিবেদনঃ 26, জানুৱাৰী , মানকাচৰ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হল 70 তম গণৰাজ্য দিৱস । জিলা উপায়ুক্ত আতিকা চুলতানাই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে । দক্ষিণ শালমাৰা…

সমগ্র দেশৰ লগতে বিশ্বনাথ জিলা আমছুয়েও গণৰাজ্য দিৱস উদযাপন কৰে।

বিশ্বনাথৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদনঃ 26 জানুৱাৰীঃ আজি সমগ্র দেশৰ লগতে বিশ্বনাথ জিলা আমছুৰ অন্তর্গত থকা জিনজিয়া আঞ্চলিকতো গণৰাজ্য দিৱস পালন কৰা হয়। জিনজিয়া আঞ্চলিকৰ কার্য্যলয়ৰ ভেটিৰ সম্মুখত বিশ্বনাথ জিলা আমছুৰ নৱনির্বাচিত সভাপতি মাহমুদুল হাছানে জাতীয় পতাকা উত্তোলন কৰে। লগতে…