তিনিসুতিত প্ৰয়াত চক্ৰ বাহাদুৰ ছেত্ৰী আৰু কেদাৰ ছেত্ৰী স্মৃতি তোৰণ উন্মোচন

আব্দুল বাৰেক , নিউজ ডেস্ক , ১০ফেব্ৰুৱাৰী: – আজি তিনিসুতিত প্ৰয়াত চক্ৰ বাহাদুৰ ছেত্ৰী আৰু কেদাৰ ছেত্ৰী স্মৃতি তোৰণ উন্মোচন কৰা হয় । তিনিসুতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ভীমলাল শৰ্মাই আতধৰা উন্মোচনী সভাত প্ৰয়াত চক্ৰ বাহাদুৰ ছেত্ৰী আৰু কেদাৰ…

ওদালগুৰিত এক বিশাল গণসমাৱেশ :আমছুৰ

ৰৌতাৰ পৰা ছমৰ আলীৰ প্রতিবেদনঃ 10 ফেব্রুৱাৰীঃ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত সিধাখোৱা জাতীয় বিদ্যালয় প্ৰাংগণত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ওদালগুৰি জিলা সমিতিৰ ষষ্ট দ্বি বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অধিৱেশন খন।উক্ত অধিবেশনত…

আগন্তুক লোক সভা নিৰ্বাচনৰ ৰনাকৌশল নুৰ ইছলামৰ নেতৃত্বত শালমাৰা শালকাটাত অসম জন মৰ্চাৰ ৰাজহুৱা সভা

—————————————- বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ ৮ ফেব্ৰুৱাৰী:- অসম জন মৰ্চাৰ দক্ষিণ শালমাৰা জিলা সভাপতি নুৰ ইছলামৰ নেতৃত্বত চলাকুৰা এল পি স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক আব্দুছ ছামাদ আনছাৰিৰ সভাপতিত্বত নামনি অসমৰ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত শালকাটা বজাৰ প্ৰাঙ্গণত…

পৃথক বড়োলেণ্ডৰ দাবীত ৰৌতাত এবছুৰ বিশাল গণ সমাৱেশ: লক্ষাধিক এবছু কৰ্মীৰ উপস্থিতি

ওদালগুৰীৰ পৰা ছমৰ আলীৰ প্রতিবেদনঃ 8 ফেব্রুৱাৰী: ওদালগুৰি জিলাৰ ৰৌতাত পৃথক বড়োলেণ্ড আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আজি এবছুয়ে আয়োজন কৰে এক বিশাল গণসমাৱেশ।উক্ত সমাবেশত লক্ষাধিক এবছু সমৰ্থক উপস্থিত হৈ উত্তাল কৰি তোলে ৰৌতাৰ আকাশ বতাহ ।উক্ত সমাবেশত উপস্থিত…

বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনত নেৰিটছ’ৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন: ৬ ফেব্ৰুৱাৰী :- নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনত উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক শৈক্ষিক জ্ঞান প্ৰতিষ্ঠানৰ উদ্যোগত নেৰিটছ জ্ঞান সৰোবৰৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে । উক্ত প্ৰশিক্ষণ শিবিৰত অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীৰ লগত…

হাটশিঙিমাৰী মহাবিদ্যালয়ত এন এছ এছ ৰ উদ্ধোগত বিশ্ব কেঞ্চাৰ দিৱস পালনঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট ০৫ফেব্ৰুৱাৰী :- যোৱাকালি বিশ্ব কেঞ্চাৰ দিৱসৰ লগত সংগতি ৰাখি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত এন এছ এছ ৰ উদ্ধোগ্যত বিশ্ব কেঞ্চাৰ দিৱস পালন কৰে ৷ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জিলাখনৰ কেবাটাও বিদ্যালয়ৰ প্ৰায় দুই শতাধিক…

কোনে হব নৱ গঠিত দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদৰ সভাপতিঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ০৩ ফেব্ৰুৱাৰীঃ- অসমত পঞ্চায়তৰ কাৰ্য্যকাল উকলি যোৱাৰ পিছতো বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ সদিচ্ছা নাছিল । পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ মানি চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে । অসমৰ ৰাজনীতিত এটা কথা…

বিশ্বনাথত 15 নং ৰাষ্ট্রীয়ঘাই পথ অৱৰোধ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ।

বিশ্বনাথৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদনঃ 30 জানুৱাৰী। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত আৰু অসমৰ আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা আৰু দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱতনৰ আজি 30 জানুৱাৰী 2019 তাৰিখে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে 15 নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে। প্রায় এঘন্টামান…

হাউলীত পথ দুৰ্ঘটনাত বৰপেটা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী আৰু অগপৰ নেত্ৰী নিহত

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী, ৩১ জানুৱাৰী: বৰপেটা জিলাৰ হাউলীৰ কদমগুৰীত আজি পুৱা ১০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ নির্বাচনী শাখাৰ কৰ্মচাৰী কনিষ্ঠ সহায়ক জিতেন্দ্র বর্মন আৰু অগপ নেত্ৰী গীতাঞ্জলি দাস নিহত হয়। জিতেন্দ্ৰ বৰ্মন বৰপেটাৰোডৰ ৮…

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মোনাবাৰী চাহ বাগিছাত বৃহৎ সমদল

বিশ্বনাথৰ পৰা আব্দুল বাৰেক প্রতিবেদনঃ ২৮ জানুৱাৰী: – সমগ্ৰ ৰাজ্যজুৰি চলি থকা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬ৰ বিৰুদ্ধে অসমীয়া জাতিৰ প্ৰতিবাদক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়া সংসদীয় কমিটিৰ অনুমোদন মৰ্মে জাতি ধ্বংসী বিধেয়কখন গৃহীত কৰি বিদেশীক ৰঙা…