নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ বাবে বঙাইগাওঁ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ টায়াৰ জ্বলাই প্ৰতিবাদ:

অভয়াপুৰীৰ পৰা ৰবিউল আলমৰ ৰিপর্ট : 24 অক্টোবৰ : অসমীয়া জাতি ধ্বংশী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ১২ ঘন্টীয়া অসম বন্ধত সমগ্ৰ ৰাজ‍্যৰ লগতে বঙাইগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পূৰ্ণ সমৰ্থন জনাই বঙাইগাওঁ জিলাৰ বিভিন্ন প্ৰান্ত-অভয়াপুৰী,বালাপাৰা,বৰঝানা,নয়াগাঁও আদি ঠাইত…

হোজাই জিলাৰ লংকা নগাঁও ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ

ঘটনা ২২অক্টোবৰ : ডবকাৰ পৰা আছাদুৰ ৰহমানৰ ৰিপৰ্ট : লংকা-নগাঁও ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি ৩:৩০ বজাত যোৰাপুখুৰীত দুখন মটৰচাইকেলৰ মাজত এক মুখামুখি দূৰ্ঘটনা সংঘটিত হয়। মটৰচাইকেলত আহি থকা আৰোহী দুজন হল ক্ৰমে হোজাইৰ সুভম দাস আৰু অভিজিৎ দাস। সুভম…

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ণ, আমছুৰ হাউলী নগৰ সমিতিৰ শপত গ্ৰহন অনুষ্ঠান সামৰণি।

বৰপেটাৰোডৰপৰা নজৰুল আলী আহমেদৰ ৰিপৰ্ট। ২১ অক্টোৱৰঃ আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ অন্তৰ্গত নৱ গঠিত হাউলী নগৰ আঞ্চলিক সমিতিৰ সভাপতি নুৰ উদ্দিন ডাঙৰীয়াৰ সভাপতিত্বত হাউলি নগৰ সমিতি আমছুৰ শপত গ্ৰহন অনুষ্ঠানখন হাউলী সাহিত্য সভা…

কাজাইকাটা (বালাৰগুদামত) আজি ফাইনাল হাডুডু খেল প্ৰতিযোগিতা অনুষ্ঠিত হয় বছিৰ চৰ বনাম গোৱালেৰ চৰ ।

নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট; 20অক্টোৱৰ: ধুবুৰী জিলাৰ মহকুমাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনত থকা কাজাইকাটা(বালাৰ গুদামত) ফাইনাল হাডুডু খেল প্ৰতিযোগিতা অনুষ্ঠিত হয় বচিৰ চৰ বনাম গোৱালেৰ চৰ( নয়াপাৰা)ইয়াৰে বচিৰ চৰৰ হাডুডু খেলৰ দলটোৱে গোৱালেৰ চৰ (নয়াপাৰা) দলটোক পৰাজিত…

বিলাসীপাৰাত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মূখ্যমন্ত্ৰী প্ৰতিমূৰ্তি দাহ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপর্ট :২০ অক্টোবৰ:- শেহতীয়াকৈ ২০১৬ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ইতিমধ্যে অসমৰ বিজেপি চৰকাৰে পাৰ্লিয়ামেন্টত পাছ কৰাৰ বাবে যি প্ৰস্তুতি চলাইছে তাৰ প্ৰতিবাদে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত আজি…

আজি বিজয়া দশমী | সমগ্ৰ দেশৰ লগতে লংকাতো উলহ মালহেৰে পালন কৰা হৈছে বিজয়া দশমী ।

লংকাৰ পৰা দীপজ্যোতি বৰাৰ ৰিপর্ট : 20 অক্টোবৰ : প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে শৃংখলাবদ্ধ বাবে অনুষ্ঠিত হৈছে বিসৰ্জন প্ৰক্ৰিয়া। বিয়লি ২ বজাৰ পৰা লংকাৰ বিজয়া ঘাটত কেইবা সহস্ৰাধিক ৰাইজ তথা বিশিষ্ট অতিথি সকলৰ উপস্থিতিত চলিছে এই বিসৰ্জন প্ৰক্ৰিয়া। উল্লেখ…

বিলাসীপাৰা গৌৰাং নৈৰ ঘাটত ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ উদ্যোগত সাৰ্বজনীন প্ৰতিমা বিসৰ্জনৰ দুৰ্ঘটনা মোকাবিলা কৰাৰ বাবে উদ্ধাৰ কাৰী দল সাজু

বিলাসীপাৰা,১৯ অক্টোবৰ:- ধুবুৰী জিলাৰ বিলাসীপাৰাত অইন অইন বছৰৰ দৰে এই বেলি ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ উদ্যোগত বানিয়া পাৰা গৌৰাং নৈত প্ৰতিমা বিসৰ্জনত কোনো লোক সলিল সমাধি ঘটিবলৈ সম্ভাৱনা থকাৰ বাবে আগতীয়াকৈ উদ্ধাৰ কাৰী দল সাজু হৈ থকা দেখা গৈছে। ৰেডক্রছৰ…

আজি মহামায়া দেৱী দূর্গাৰ বিজয় দশমী

নাৰায়ণপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপর্ট : 19 অক্টোবৰ : সমগ্র দেশৰ লগতে নাৰায়নপুৰৰ বিভিন্ন ঠাইত উদযাপন কৰা দুৰ্গা পূজা ভাগি আজি বিয়লি পুৰুহিত সকলে সম্পূৰ্ণ নীতি নিয়মৰে পুজাৰ কাম সমাপ্ত কৰাৰ পাছত ভক্ত সকলে সমদলৰে দেৱী দূর্গাৰ প্ৰতিমূৰ্তি লৈ নদীৰ…