হাটশিঙিমাৰী মহাবিদ্যালয়ত এন এছ এছ ৰ উদ্ধোগত বিশ্ব কেঞ্চাৰ দিৱস পালনঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট ০৫ফেব্ৰুৱাৰী :- যোৱাকালি বিশ্ব কেঞ্চাৰ দিৱসৰ লগত সংগতি ৰাখি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত এন এছ এছ ৰ উদ্ধোগ্যত বিশ্ব কেঞ্চাৰ দিৱস পালন কৰে ৷ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জিলাখনৰ কেবাটাও বিদ্যালয়ৰ প্ৰায় দুই শতাধিক…

কোনে হব নৱ গঠিত দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদৰ সভাপতিঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ০৩ ফেব্ৰুৱাৰীঃ- অসমত পঞ্চায়তৰ কাৰ্য্যকাল উকলি যোৱাৰ পিছতো বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ সদিচ্ছা নাছিল । পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ মানি চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে । অসমৰ ৰাজনীতিত এটা কথা…

বিশ্বনাথত 15 নং ৰাষ্ট্রীয়ঘাই পথ অৱৰোধ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ।

বিশ্বনাথৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদনঃ 30 জানুৱাৰী। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত আৰু অসমৰ আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা আৰু দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱতনৰ আজি 30 জানুৱাৰী 2019 তাৰিখে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে 15 নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে। প্রায় এঘন্টামান…

হাউলীত পথ দুৰ্ঘটনাত বৰপেটা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী আৰু অগপৰ নেত্ৰী নিহত

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী, ৩১ জানুৱাৰী: বৰপেটা জিলাৰ হাউলীৰ কদমগুৰীত আজি পুৱা ১০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ নির্বাচনী শাখাৰ কৰ্মচাৰী কনিষ্ঠ সহায়ক জিতেন্দ্র বর্মন আৰু অগপ নেত্ৰী গীতাঞ্জলি দাস নিহত হয়। জিতেন্দ্ৰ বৰ্মন বৰপেটাৰোডৰ ৮…

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মোনাবাৰী চাহ বাগিছাত বৃহৎ সমদল

বিশ্বনাথৰ পৰা আব্দুল বাৰেক প্রতিবেদনঃ ২৮ জানুৱাৰী: – সমগ্ৰ ৰাজ্যজুৰি চলি থকা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬ৰ বিৰুদ্ধে অসমীয়া জাতিৰ প্ৰতিবাদক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়া সংসদীয় কমিটিৰ অনুমোদন মৰ্মে জাতি ধ্বংসী বিধেয়কখন গৃহীত কৰি বিদেশীক ৰঙা…

সাদুল্ল্যাবাড়ীত উলহ-মালহৰে গণৰাজ্য দিৱস পালন ।

নিউজ ডেস্ক ৰিপর্ট: মানকাচৰ ,26, জানুৱাৰী ঃ : আজি গণৰাজ্য দিৱস । সমগ্ৰ ভাৰতীয় উলহ-মালহৰে পালন কৰিছে 70 তম গণৰাজ্য দিৱস । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বৃহত্তৰ কালাপানী অঞ্চলৰ সাদুল্ল্যাবাড়ীত ব্যাপক উৎসাহ – উদ্দীপনাৰে পালন কৰিলে 70 তম গণতন্ত্ৰ দিৱস…

নায়েৰ আলগা উন্নয়ন খণ্ডত ৭০ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন

বিলাসীপাৰাৰ জহিৰুল ইছলামৰ প্রতিবেদনঃ ২৬ জানুৱাৰী:- ৭০ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ড কাৰ্য়্যালয়ত আজি ৰাতিপুৱা ৭.৩০ বজাত খণ্ড উন্নয়ন বিষয়া ৰৌসন আলী ডাঙৰীয়াই আনুষ্ঠানিক ভাবে পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি বিষয়া…

ৰৌতাত ভয়ানক বাছ দুৰ্ঘটনা :গুৰুতৰ বাবে আহত যাত্রীবাহী বাছ।

ওদালগুৰীৰ পৰা ছমৰ আলীৰ প্রতিবেদনঃ 26 জানুৱাৰীঃ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ঝাৰগাওঁত দিনৰ ১২:৩০বজাত গুৱাহাটী অভিমুখী AS-২৫ C-৫৯৫৫ নম্বৰৰ বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱোবাত দখাবৈত বাগৰি পৰে বাছখন।বাছখনত থকা ৩০জনৰো অধিক যাত্ৰী আহত হয়।পিছত ৰৌতা আৰক্ষী প্ৰশাসনৰ লগতে স্থানীয় ৰাইজৰ…

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু টুমনী এছ এছ বি কেম্পৰ সেনাবাহিনীৰ সহযোগত টুমনী কলাবাৰী বজাৰৰ চাফাই অভিযান

দঃশালমাৰৰ পৰা ছামিউল হক ৰিপোৰ্ট। ২৫ জানুৱাৰী : দঃশালমাৰা-মানকাচৰ জিলাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু টুমনী এছ এছ বি কেম্পৰ সেনাবাহিনীৰ সহযোগত টুমনী কলাবাৰী বজাৰৰ চাফাই অভিযান সম্পূৰ্ন কৰা হল।দঃশালমাৰা টমুনী কলাবাৰী বজাৰৰ চাফাই অভিযানত বহু মুৰব্বী অংশগ্ৰহণ কৰে।স্বচ্ছতা…

আগন্তুক গণৰাজ্য দিৱস উদযাপন উপলক্ষে বিলাসীপাৰা ৰাজহুৱা খেল পথাৰত আৰক্ষীৰ ব্যাপক প্ৰস্তুতি

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ, ২৫ জানুৱাৰী:- আগন্তুক গণৰাজ্য দিৱসৰ মাজত এটা দিন বাকী থকা অৱস্থাত বিলাসীপাৰা ত আৰক্ষীয়ে নিৰাপত্তা কটকটীয়াৰে ৰাজহুৱা খেল পথাৰত গণৰাজ্য দিৱস উদযাপন উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। উক্ত কাৰ্যসুচী অনুসৰি বিলাসীপাৰাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী…