হাটশিঙিমাৰীৰ কৃষি বিষয়াৰ কাৰ্যালয়ত দুখীয়া কৃষকক পাম্পচেট বিতৰণঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ০৮ ফেব্ৰুৱাৰীঃ- আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি বিষয়াৰ কাৰ্য্যলয়ত জিলা উপায়ুক্ত আতিকা চুলতানাৰ উপস্হিতিত কৃষকক প্ৰদান কৰে একোখন কৈ পাম্পচেট । জিলা উপায়ুক্ত আতিকা চুলতানা সাংবাদিকৰ আগত কয় – আমাৰ জিলাৰ কৃষকৰ বাবে চৰকাৰে…

ফেকামাৰীত আত্মসহায়ক গোটৰ কাৰ্য্যালয় উদ্বোধন আৰু বহী বিতৰণ অনুষ্ঠান বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলৰঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ২৬জানুৱাৰীঃ- দঃশালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী উন্নয়ন খণ্ডৰ সভাকক্ষত আজি আবেলি ২ বজাত ফেকামাৰী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া দণ্ডাধীশ ড° দিপাংকৰ নাথৰ সভাপতিত্বত মূখ্য অতিথি মানকাচৰৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলৰ উপস্থিতিত আত্মসহায়ক গোটৰ…

আজিপুনৰ বৃদ্ধিপালে পেট্রল আৰু ডিজেলৰ মূল্যঃ

নিউজ ডেস্ক ৰিপর্টঃ 21 জানুৱাৰীঃ ## আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ’লত ২০ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ২৮ পইচাকৈ বৃদ্ধি। আজি গুৱাহাটী মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭০.৬৪ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৬.১৫ টকা।

হাজিৰহাটত ভয়াবহ অগ্নিকাণ্ড : তিনিটা বাসগৃহ সহ ৪৫ লাখ টকাৰ ক্ষতি সাধন :

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট , ১৫ জানৱাৰী ঃ আজি ৰাতি প্ৰায় ১২:৩০ বজাত দঃশালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত হাজিৰহাটৰ কাজিৰগাওঁত নুৰুল হাছান পিতা ছামচুল হকৰ ঘৰত এক ভয়ংকৰ অগ্নিকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চল জুৰি ৷ অগ্নিকাণ্ডত তিনিটা…