বুকু কঁপি উঠা এক শিহৰণ কাৰি ঘটনা দঃশালমাৰা মহাবিদ্যালয়ৰ এজন গ্ৰন্থগাৰঃ

দঃশালমাৰাৰ পৰা ছামিউল হক ৰিপ’ৰ্ট, ০৭ ফেব্ৰুৱাৰীঃ ২০০১ চনৰ পৰা বিনা বেতনত কাম কৰা দঃশালমাৰা মহাবিদ্যালয়ৰ এজন গ্ৰন্থগাৰৰ কৰুণ ঘটনা শুনি আপোনাৰ চকু কপালত উঠিব।দঃশালমাৰা মহাবিদ্যালয়ত ২০০১ চনৰ পৰা জাহানুৰ ৰহমান নামৰ এজন লাইবেৰিয়ান বিনা বেতনত কাম কৰি অৱশেষত কৰ্কট…

ভাইটবাৰী ইস্তেমাৰ দ্বিতীয় দিনঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট,ঃ- ২১জানৱাৰী ঃ অসম মেঘালয়ৰ সিমান্ত পুৰনি ভাইটবাৰীত শনিবাৰৰ পৰা অব্যাহত আছে ইস্তেমা, ইছলাম ধৰ্মীয় অনুষ্ঠান ৷ ভাইটবাৰী ইস্তেমাৰ আজি দ্বিতীয় দিন ৷ শনিবাৰৰ পৰা আৰাম্ভ হৈ শান্তিপুৰ্ণ ভাবে চলি আছে এই ইস্তেমা। অহাকালি সমাপ্ত হব…

স্বৰ্গীয় জয়চান্দলাল সিংহীৰ স্মৃতিত বাবুৰহাট স্পোৰ্টচ ক্লাব আৰু লাইব্ৰেৰীৰ সৌজন্যত অষ্টম বাৰ্ষিক দিবা নৈশ ভলীবল প্ৰতিযোগিতা

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ ,২০জানুৱাৰী:- ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জয়চান্দলাল সিংহীৰ স্মৃতি সোৱৰণি বাবুৰহাট স্পোৰ্টচ ক্লাব আৰু লাইব্ৰেৰী ৰ সৌজন্যত গোৱালেৰ চৰ বাবুৰহাট প্ৰাঙ্গণত অষ্টম বাৰ্ষিক দিবা নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। দিবা নৈশ ভলীবল প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি যোৱা…

সৰভোগৰ কুমুৰীয়াত পশ্চিম খাৰিজা-বিজনী ছাত্ৰ সন্থাৰ উদ্যোগত শিল্পী দিৱস পালন

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী, ১৮ জানুৱাৰী: বৰপেটা জিলাৰ সৰভোগৰ পশ্চিম খাৰিজা-বিজনী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি সৰভোগৰ কুমুৰীয়াৰ ৰাস মন্দিৰ প্ৰাংগণত শিল্পী দিৱস উদযাপন কৰা হয়। শিল্পী দিৱস উপলক্ষে পুৱা ৯ বজাত কুমুৰীয়াৰ বিশিষ্ট…

বিলাসীপাৰা বিহু সন্মিলনী উদ্যোগত ভোগালী বিহু উদযাপন

_________________________বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ ১৬ জানুৱাৰী:- অসমত নাগৰিকত্ব সংশোধনী বিলক লৈ ধাৰা বাহিক আন্দোলন চলি থকা সময়ত সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাত সকলো জনগোষ্ঠীয়ে সমান্তৰাল ভাৱে বিলাসীপাৰা বিহু সন্মিলনী উদ্যোগত ভোগালী বিহু উদযাপন কৰা হয়। ভোগালী বিহু উদযাপন…

ভোগালী উপলক্ষে ব্যতিক্ৰমী পদক্ষেপ :ৰৌতা আঞ্চলিক এবছুৰ

ওদালগুৰীৰ পৰা ছমৰ আলীৰ প্রতিবেদন 15 জানুৱাৰী: যি সময়ত সমগ্ৰ অসমত জাতি জনগোষ্টীৰ মাজত একাংশই ধৰ্মীয় সংঘাত আৰু বিভেদ সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে সেইসময়ত ওদালগুৰি জিলাত ৰৌতা আঞ্চলিক এবছুয়ে ভোগালীৰ সুস্বাদৰ তিপ্তি লোবাৰ বাবে এখাজ খোৱা উদ্দেশ্য ৰৌতা…

দুগ্ধনগৰী সৰভোগ সাজু ৰাজ্যবাসীক ভোগালীৰ ভোগ খুৱাবলৈ ভোগালী বিহু উপলক্ষে দহহাজাৰ লিটাৰ দৈ বিক্ৰীৰ যো-জা

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী, ১৪ জানুৱাৰী: এসময়ত ম’হৰ এঁঠা দৈৰ বাবে খ্যাত বৰপেটা জিলাৰ সৰভোগৰ দৈ আজিও গোটেই ৰাজ্যতে সমাদৃত। প্ৰতিবছৰে ভোগালী বিহু আহিলে সৰভোগৰ সৰু-বৰ দৈৰ বিপণীসমূহ সাজু হৈ পৰে ৰাজ্যবাসীক সুস্বাদু দৈ খুৱাবলৈ। ভোগালী বিহু উপলক্ষে এইবাৰ সৰভোগৰ…

শ্রীৰামপুৰত শ্রী শ্রী 108 কৃষ্ণ দাস গোস্বামীৰ শ্রীমদ ভাগৱতৰ পাঠৰ সামৰণি অনুষ্ঠান সম্পন্ন:

শ্ৰীৰামপুৰৰ পৰা বিশ্বজিৎ চৌধুৰীৰ প্রতিবেদন: 2 জানুৱাৰী, কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰত ভাগৱৎ পাঠৰ অনুষ্ঠান আজি সামৰনি পৰে ৷শ্ৰীৰামপুৰস্হিত আৰ ষ্টুডেন্টছ ক্লাৱৰ প্ৰাঙনত যোৱা 25 ডিচেম্বৰ নিশাৰ পৰা আৰম্ভ হোৱা শ্ৰী শ্ৰী 108 কৃষ্ণ দাস গোস্বামীৰ শ্ৰীমদ্ ভাগৱৎ পাঠ…

বিশিষ্ট শিক্ষাবিদ আলহাজ মুফতি ছৈদুৰ ৰহমান ছাহাবৰ দেহাৱসান ।

নিউজ ডেস্কৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদন : 06 ডিছেম্বৰ : ————-শোক প্ৰকাশ———– সকলোৰে প্ৰিয় শিক্ষাগুৰু সকলৰ অন্যতম এমাৰতে শ্বৰীয়ত শোণিতপুৰ জিলা, ছোৱাগুৰী হুছাইনিয়া মাদ্ৰাছাৰ অধ্যক্ষ শ্ৰদ্ধাৰ আলহাজ *মোফতি_মৌলানা_চৈদুৰ_ৰহমান* হজুৰৰ ইন্তেকালত (মৃত্যু) ৰ *আমছুৰ বিশ্বনাথ জিলা সমিতিৰ পৰিয়াল,বিশ্বনাথ জিলা সমিতি জমিয়ত…