বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ বাতিলৰ দাবীত ১০ ঘণ্টীয়া অনশন

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন: ,৪ ফেব্ৰুৱাৰী:- সদৌ অসম ছাত্ৰ সন্হা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহবানত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্হা ৰ উদ্যোগত ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । উক্ত কাৰ্যসুচী অনুসৰি…

ওদালগুৰিত এঘণ্টাীয়া পথ অৱৰোধ:ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ আহ্বানত

ওদালগুৰীৰ পৰা ছমৰ আলীৰ প্রতিবেদনঃ 29 জানুৱাৰীঃ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ৰৌতা চাৰি আলিৰ মাজমজিয়াত ১৫নং ৰাষ্টীয় ঘাইপথত ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ আহ্বানত দিনৰ ১২বজাত এঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।উল্লেখ্য যে গনতান্ত্ৰিক বাবে আন্দোলন কৰা প্ৰতিবাদ কাৰীৰ ওপৰত…

. ===== নিৰুদ্দেশ ===== বঙাইগাঁও জিলাৰ মেৰেৰচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আধ্যায়নৰত দশম শ্ৰেণীৰ ছাত্ৰ ছানোৱাৰ হুছেইন।

. নিউজ ডেস্কৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদন। 21 ডিছেম্বৰ : বঙাইগাঁও জিলাৰ মেৰেৰচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আধ্যায়নৰত দশম শ্ৰেণীৰ ছাত্ৰ (আমছুৰ মেৰেৰচৰ আঞ্চলিক সমিতিৰ সভাপতি আব্দুল ৰৌফৰ ভাইটি) ফাৰুক আব্দুল্লাহ আহমেদ (১৫) নামৰ লৰাজন নিজ ঘৰৰ পৰা যোৱা ১৯|১২|১৮ ইং…

লংকাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মকঃউদালী তিনিআলিত টায়াৰ জ্বলাই প্ৰতিবাদ

লংকাৰ পৰা দীপজ্যোতি বৰাৰ ৰিপর্ট : 24 অক্টোবৰ : বিৰ্তকিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি ৪৬টা সংগঠনে আহ্বান জনোৱা ১২ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ হোজাই লংকা চহৰৰ লগতে ইয়াৰ পাশ্ববৰ্তী অঞ্চল সমূহতো সৰ্বাত্মক ৰূপত দেখিবলৈ পোৱা যায়।বন্ধৰ সময়ছোৱাত চহৰখনৰ লগতে…

বিলাসীপাৰাত শান্তিপুৰ্ণ ভাৱে দুৰ্গা পূজাৰ দেৱী ভাষানৰ জন্য আৰক্ষী প্ৰশাসনৰ কঠোৰ পদক্ষেপ ।

নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট: 19 অক্টোৱৰ: সমগ্ৰ জিলাৰ লগত সংগতি ৰাখি ধুবুৰীা জিলাৰ বিলাসীপাৰা মহকুমাত আজি বিলাসীপাৰা বাণীয়া পাৰা নদীৰ ঘাটত শান্তিপুৰ্ণ ভাৱে দুৰ্গা পূজাৰ দেৱী ভাষানৰ জন্য বিলাসীপাৰা আৰক্ষী প্ৰশাসন তথা বিলাসীপাৰা আৰক্ষী নিবেশৰ ভাৰপ্ৰাত্ত আৰক্ষী বিষয়া…