কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীলৈ বিজেপিৰ কলম উপহাৰ ।

এখন সুস্হ পৰিবেশত ভাল ছাত্ৰৰ সৃষ্টি হয় =লুতফৰ ৰহমান এজনক বহিষ্কাৰ মানকাচৰৰ প্ৰতিবেদক 15 ফেব্রুৱাৰীঃ MANKACHAR , 14, ফেব্ৰৱাৰী:- আজি সমগ্ৰ ৰাজ্যত অনুষ্ঠিত হৈছে হাই স্কুল আৰু হাই মাদ্ৰাছাৰ চুড়ান্ত পৰীক্ষা । ৰাজ্যৰ চুকে-কোনে বিয়পি থকা অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈছে…

ছুৱাপাতা এম. ই. মাদ্ৰাছাৰ প্ৰধান শিক্ষক আঃ বাৰেক মিঞাৰ দুৰ্নীতিৰ ফলত বদলিকৰণ দাবী তুলি পৰিচালনা কমিটি, ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ ০৮ ফেব্ৰুৱাৰী :- নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ছুৱাপাতা এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুল বাৰিক মিঞা বহু দিনৰ পৰা কৰি অহা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী লগত পৰিচালনা সমিতিৰ…

আজি চতিয়াত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় সংগঠনৰ চতুৰ্দশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত ‘স্মৃতিগ্ৰন্থ’ উন্মোচন।

আজি চতিয়াত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় সংগঠনৰ চতুৰ্দশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত ‘স্মৃতিগ্ৰন্থ’ উন্মোচনৰ এক সোনালী মুহূৰ্তত উন্মোচক হিচাপে হস্পিতালৰ ব্যস্ততা পাহৰি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, খিলঞ্জীয়া মঞ্চৰ মূখ্য আহ্বায়ক অনুপ চেতিয়া আৰু গুৱাহাটী উচ্চ ন্যায়ালৰ অধিবক্তা নেকিবুদ্দিন জামানদেৱ…

বাৰ্ষিক ক্ৰীড়া সমাৰোহ অনুষ্ঠান টুমনী কালাবাৰী বজাৰৰ সমীপত ৰূপলী শিক্ষা নিকেতনত

দঃশালমাৰাৰ পৰা ছামিউল হক ৰিপোৰ্ট । ২৫ জানুৱাৰী: আজি দঃশালমাৰা সমষ্টিৰ অন্তৰ্গত টুমনী ৰূপালী শিক্ষা নিকেতনৰ শিক্ষানুষ্ঠানৰ এখন বাৰ্ষিক ক্ৰীড়া সমাৰোহ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।অনুষ্ঠানত বিভিন্ন ছাত্ৰ-ছাত্ৰী নৃত্য, কবিতা আবৃত্তি আৰু কুইজ প্ৰতিযোগিতা প্ৰদৰ্শন কৰে। আজি বাৰ্ষিক ক্ৰীড়া সমাৰোহ অনুষ্ঠানৰ…

ৰঙা চকুলৈ ভয় নকৰে আমছু।

সময় সমাগত তালৈ অপেক্ষা কৰা, বদন ,খলনায়ক আৰু তুমি সাজু হোৱা সময়লৈ , উচিত শিক্ষা দিয়া হব ! আমছু আৰু জমিয়তলৈ মাথা মাৰি লাভ নাই , আমি কাৰো ৰঙা চকুলৈ ভয় নকৰা জাতি আৰু সংগঠন ! ভাষা আন্দোলন আৰু তেজ…

বিলাসীপাৰাস্হ সাংবাদিকৰ দল এটাই শগুনমাৰীত আকস্মিক প্ৰবেশ

কদমতলা ২১৫৬ নং পুৰণা হাজীপাৰা এল পি স্কুল খোলা দিনত তলা ওলমাই থকা প্ৰত্যক্ষ -পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্য ই নাজানে বিদ্যালয় খোলা নে বন্ধ _________________________ বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ ,১৮ জানুৱাৰী:- যোৱা ১৪ আৰু ১৫ জানুৱাৰী ২০১৯ তাৰিখে…

নৱগঠিত বিশ্বনাথ জিলা আমছুৰ শপত গ্ৰহণ অনুষ্ঠানৰ সফল সামৰণি

বিশ্বনাথৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদন: ১৬জানুৱাৰী: – আজি বিশ্বনাথ জিলা সংখ্যালঘূ ছাত্ৰ ইউনিয়নৰ প্ৰাক্তন সভাপতি আমিল হকৰ সভাপতিত্বত বিশ্বনাথ মহাবিদ্যালয়ৰ কমলাকান্ত ভট্টাচাৰ্য প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত, সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ফকীৰ আলিয়ে।এই শপত গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি…

বৰপেটাৰ বহৰিত কবি বাহাদুৰ ইছলামৰ কবিতা পুথি উন্মোচন

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী, ১১ জানুৱাৰীঃ বৰপেটা জিলাৰ বহৰিত আজি বাহাদুৰ ইছলামৰ বিতৰ্কিত শীৰ্ষক কবিতা পুথি উন্মোচন কৰা হয়। কবিতা পুথিখন উন্মোচন কৰে তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আবুল কালাম তালুকদাৰ। গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে বৰলুইত কনিষ্ঠ মহাবিদ্যালয়খনৰ…

১৬২৯ নং শ্ৰী শ্ৰী শংকৰদেৱ বিদ্যা মন্দিৰ এল পি স্কুলৰ প্ৰবেশ দ্বাৰ আৰু চৌহদৰ দেৱাল আনুষ্ঠানিক ভাৱে উন্মোচন কৰিলে বিশিষ্ট সমাজসেৱক তথা চিকিৎসক ডা: কানুলাল দাস দেৱে

৭ জানুৱাৰী বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন :- ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ ১৩ নং ৱাৰ্ডত অবস্থিত ১৬২৯ নং শ্ৰী শ্ৰী শংকৰদেৱ শিশু বিদ্যা মন্দিৰৰ মূল দ্বাৰ আৰু চৌহদৰ দেৱাল আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ডা: কানুলাল দাস মহোদয়ে । প্ৰাপ্ত বাতৰি…

বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যক স্মৰণ ।

বিশ্বনাথৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদন। 24 ডিছেম্বৰ : আজি 24/12/2018 তাৰিখে বিশ্বনাথ চাৰিআলি শাখা সভাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য স্মৃতি দিৱসভাগ অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠান ভাগৰ লগত সংগতি ৰাখি পুৱা 8:45 অসম সাহিত্য সভা পতাকা উত্তোলন কৰে…